আৰ্থিক স্থিতি যিমানেই ভাল নহওঁক কিয় জীৱনৰ প্ৰকৃত আনন্দ লবলৈ হলে মানসিক স্থিতি ভাল হোৱাটো দৰকাৰ ৷ . মিছলীয়া হৈও নিজকে সচা প্ৰমাণ কৰিবলৈ সিমান কঠিন পৰিস্থিতিৰ সন্মূখীন হব নালাগে, যিমান নেকি সচা হৈও নিজকে সচা প্ৰমাণ কৰিবলৈ সন্মূখীন হব লাগে ৷৷ 😊
No comments:
Post a Comment