Sunday, 30 July 2017

অবহেলা

⇏ দীৰ্ঘ অপেক্ষাৰ পিছত হঠাত ফোনটো বাজি উঠিল ৷ ☎
অলপো পলম নকৰি উপাসনাই ফোনটো ৰিছিভ কৰিলে ৷ "কেনে আছা ?"

⇏ ঠিকে আছো,তুমি ?

⇏ ভালে আছো দিয়া,অফিচৰ পৰা কেতিয়া আহিলা ? কিবা খাইছা  ?

⇏ আহা বহু সময় হল ৷ ভাত খাই অলপ লগবোৰৰ লগত আড্ডা দি আহিলো ৷ "ঐ..মই এতিয়া বহুত ক্লান্ত...ৰাখো ফোনটো ..পিছত কথা পাতিম.. Good Night ..তুমিও শুই থাকা !!"

⇏অ'কে বাই ......

⇏ ৰাতিপুৱা উপাসনা আকৌ ফোন কৰিল ...

⇏ মই অফিচ গৈ আছো ৷ পিছত কথা পাতো ৰবা ....!

⇏ দুপৰিয়া ফোন কৰিল ... লান্চ কৰিলা ..?

⇏ হমমম,,তুমি ?

⇏ না..নাই কৰা ৷

⇏ ঠিক আছে লান্চ কৰি লবা ৷ বাই পিছত কথা পাতি আছো হা ...!

⇏ ৰবা,আচ্ছা তোমাৰ এই "পিছত"টো আহিব কেতিয়া.. জনাবা মোক..? ক'ত আগেতো এনেকুৱা কৰা নাছিলা .. ৰিলেশ্বনৰ আৰাম্ভনিত কথা কোৱাৰ কাৰনে বলিয়া আছিলা ৷ হাজাৰ ব্যস্ততাৰ মাজেৰেও কথা পাতিছিলা ৷ ৰাতি ৰাতিও কথা পাতিছিলা ৷ তেতিয়াহলে এতিয়া কিয় মোৰ লগত এনেকুৱা কৰিছা ..কিয় ইমান ইগনোৰ কৰি আছা ..বিশ্বাস কৰা মই এইবোৰ সহ্য কৰিব পৰা নাই ..মোৰ কষ্ট হয় তোমাৰ এই অবহেলাবোৰক মানি লবলৈ ..প্লিজ, এনেকুৱা মোৰ লগত নকৰিবা 😢😢😭 বহুত ভালপাওঁ তোমাক 😓😓

⇏ এতিয়া বাই .....

( কিছুমান কাম জানি বুজি কৰা যায় আৰু কেতিয়াবা অজানিতে হৈ যায় ৷ আপোন মানুহজনক হেৰাই দিয়াৰ পিছতহে তাৰ মূল্য বুজি পোৱা যায় ৷)

Monday, 17 July 2017

আজিৰ জ্ঞান


আৰ্থিক স্থিতি যিমানেই ভাল নহওঁক কিয়
জীৱনৰ প্ৰকৃত আনন্দ লবলৈ হলে
মানসিক স্থিতি ভাল হোৱাটো দৰকাৰ ৷
.
মিছলীয়া হৈও নিজকে সচা প্ৰমাণ কৰিবলৈ সিমান কঠিন পৰিস্থিতিৰ সন্মূখীন হব নালাগে,
যিমান নেকি সচা হৈও নিজকে সচা প্ৰমাণ কৰিবলৈ সন্মূখীন হব লাগে ৷৷ 😊

Tongue Power

হাঁহিৰ খোৰাক

বিবাহিতা মহিলাসকলক প্ৰতিযোগিতা এখনত প্ৰশ্ন এটি সোধা হল...😊
"আপুনি শেষবাৰ কেতিয়া আপোনাৰ Husband'ক 'I love you' বুলি কৈছিল ?"

প্ৰশ্নটো শুনি বিভিন্ন জনৰ বিভিন্ন প্ৰতিক্ৰিয়া.. 😁
তাৰে মাজত আকৌ কেইজনীয়ে উত্তৰত কলে...
"মই আজিয়ে কৈছিলো "

কোনোবাই কলে:
"দুদিন আগতে কৈছিলো"

কোনোবাই আকৌ,
"দহদিন আগত কোৱা বুলি কলে"😁
.
পিছত তাত উপস্থিত থকা সকলো মহিলাকে কোৱা হল নিজৰ নিজৰ মোবাইলৰ পৰা তেওঁলোকৰ Husband লৈ I love you লিখি Send কৰিবলৈ লগতে যাৰ Reply আটাইতকৈ বেছি ভাল আহিব তেওঁকে প্ৰতিযোগিতাৰ বিজয়ী বুলি ঘোষণা কৰা হব ৷
.
কথামতে কাম...
সকলোৱে I love you টাইপ কৰি নিজৰ
নিজৰ Husband লৈ Send কৰি দিলে :D
.
কিছুসময় পিছতে তেওলোকৰ মোবাইলত
Husband 'ৰ Reply অহা আৰম্ভ হৈ গ'ল ...
Reply সমুহ কিছু এনেধৰণৰ আছিল ⇣😉

(১) তোমাৰ গা-পা ঠিকে আছেতো ..?

(২) ঘৰ চলাবলৈ দিয়া টকাখিনি শেষ হল মানে ..?

(৩) তুমি পাপ্পুৰ নানীৰ ঘৰত যাব ওলাইছা নেকি..?

(৪) চাগে আজি ৰাতি একো খাব নাপাম..

(৫) কি তাৰমানে,খুলি কোৱাচোন..?

(৬) তুমি সপোনত আছা নে মই সপোন দেখিছো..?

(৭) কাৰ কাণৰ কাণফুলি ভাল লাগিল আকৌ ..?

(৮) Ooo..please. অফিচত ইমান টেনশ্বন আৰু তুমি ৰোমাঞ্চৰ কথা ভাবি আছা..😡

(৯) কিমান বাৰ কৈছো Serial চোৱা বন্ধ কৰা ..?

(১০) আজি আকৌ কৰবাত জগৰ লগালা মানে ...?
.
.
.
.
অবশেষত জোনে বিজয়ী হল তাৰ Reply টো বৰ সাংঘাতিক আছিল .....
.
.
(১১) I love you 2..কিন্তু কোন তুমি ..?
😭😭😭😭😭😭😭😭😪😪
⇣⇣
⇣⇣
ভাইহত ভাল লাগিলে বুলি copy paste নামাৰিবি 😜😜😜😜😜😜

Wednesday, 5 July 2017

পাগল প্ৰেমিক তোমাৰ

- কথা এটি কওঁ ...?
- কোৱা ৷
- ভয় লাগি আছে যে.. 😞
- নিৰ্ভয়ে কোৱা 😊
- মানে....মই তোমাক বিয়া কৰাব বিছাৰো :/
- Casual জোতা পঠাও মোবাইলত 😣
- পঠালে পঠাবা,অফাৰ আছে কিন্তু ৷
- যেনে
- যেনে,সদায় Ice Cream খুৱাম....
- Ice Cream'ৰ লোভ দেখুৱাই বিয়া কৰাব খুজিছা....?
- হা...সন্ধিয়াৰ পাগলামীও...কোনোবা ৰাতি Long Drive 'ত যাম আৰু অচিনাকী ডাবাৰ আগত ৰখি একেলগে ৰুটী মাংসৰ জুতি লম ৷
- এইবোৰ কৈ একো লাভ নাই ৷ মই তোমাৰ লগত বিয়া নহওঁ ৷
- ঠিক আছে নকৰিবা.. Living together কৰা ?
- ইচ,কাম নাই আৰ ..👿
-  নহয়..কামেইতো কৰি আছো ৷
- কি কাম কৰিছা ?
- তোমাৰ বাবে এটি উজ্বল  ভবিষ্যতৰ plan কৰিছোঁ ৷
- উজ্বল ভবিষ্যত মানে,বুজা নাই  ?
- এই যে তোমাক বিয়া কৰাম তাৰ অৰ্থই হৈছে তোমাৰ উজ্বল ভবিষ্যত ...
- ৰবা, তুমি কি মাল খাই লৈছা নেকি ..? 😁
- No,মাল কিয় খাব যাম.. সুস্থ মগজুৰে তোমাক Propose কৰিছোঁ ৷
- লাভ নাই ৷
- মানা কৰিবা..জানিছিলোঁ 😞 সেই কাৰনে কিছু সময় কটালো 😏
- মানে ....
- মানে Yes বুলি কলে ভালপোৱা দিব লাগিলে হয়..মাজ ৰাতি ফুচ ফচাই কথা পাতিব লাগিলে হয়..তাৰ পিছত যিবোৰ কলো সেইবোৰ বাস্তবায়িত কৰিবলৈও খৰচ... অকলে বহি আছিলো,কোনো কাম নাছিল সেয়ে অলপ কামৰিলো তোমাক ৷ 😖
- উ'ফ...তুমি কি psychoooooooooo 😲
- আচলতে সেইটো নহয়
- তেতিয়াহলে ...
- মই জানো তুমি No বুলি কবা ৷ সেইকাৰণে Backup plan ৰে নিজকে চতুৰ সজাবলৈ কথাটো কলো ৷
- মোৰ চব খেলিমেলি লাগি আছে ..চতুৰালি প্ৰমাণ কৰিবলৈ মোক কামুৰি আছিলা .. আচ্ছা,Proposal টো সচা আছিল মানে ..?
- Ice Cream খোৱাৰ কথাটোও সচা আছিল ৷ 😌
- আকৌ চব খেলিমেলি লগাই আছা ..  হয় তুমি মোক কোৱা Ice cream' কথাটো সচা আৰু Proposal টো মিছা .. নহলে দুয়োটাই সচা বুলি কোৱা আৰু নহলে মিচা বুলি কোৱা ৷ তোমাৰ কথাৰ মেৰপাক মই একো ধৰিব পৰা নাই ৷ 😏
- এই বিশাল পৃথিৱীত সচা বুলি জানো কিবা আছে ...চবে তো মিছা ...!
- তোমাৰ লগত কথা কোৱাটোৱে ভুল মোৰ ...তুমি পাগল হয় এটা ৷ 👽
- পাগল বুলি কলে মানব জাতিটোৱে পাগল ...অলপ অলপ ..কোনোবাৰ পৰিমান বেছি তো কোনোবাৰ কম ৷ এক বিশেষ গবেষণাৰ কথা ৷ 😝
- মই অফলাইন হলো ৷
- যোৱাৰ আগত কেৱল এইটো কথাৰ উত্তৰ দি যোৱা ...গৰমৰ দিনত Propose  কৰা সকলৰ সুবিধা আৰু অসুবিধা এটা কি..?
- নাজানো,তুমিয়ে কোৱা ..পাগল 👻
- সুবিধাটো হল তেওঁলোক প্ৰেম কৰিব গৈ Ice Cream খাব পাৰে ৷
আৰু অসুবিধাটো হল তেওলোক প্ৰেম কৰিব গৈ বহুত ঘামি যাই..Deo 'ৰ খৰচ Extra আহে ৷ 😱
- পাগলৰ কোনো সংস্থা যদি আছে তাৰ সভাপতি তুমিয়ে হবা ৷
-ভালপোৱাৰ বাবে যদি কাৰোবাক Propose কৰিব লগা হয় সেইজনী তুমিয়ে ৷ 💓
- ইমান Nagging কিয় তুমি?
- ইমান অবুজ কিয় তুমি, বেংগলী ফিল্ম ' Bojhena Se Bojhena 'ৰ নামটো তোমাক দেখিয়ে থৈছিল নেকি ৷ 😜
- মাৰি পেলালো হয় ওচৰত পালে ৷ 👋
- পাৰিলা হয়, মোৰ সকলো তোমাৰে ..জীৱনটোও ৷৷ 💝
- ভাগৰ নালাগে নে ... ?
- প্ৰেমত ভাগৰুৱা হৈ পৰাটো প্ৰেম নহয় ৷
- উফফফফ,,,,,👼
-তুমি বৰ চিন্তাত পেলাই দিলা দেই ৷
- কিয় ..?
- তুমি Yes বুলি কোৱা হলে মোৰ পাচঁ হাজাৰ টকা খৰচ নহলে হয় ৷ 🐒
- কিহৰ পাচঁ হাজাৰ নো ..?
- খবৰৰ কাগজত Add নিদিলো হয় ডাঙৰ ৰঙীন ফটোৰ সৈতে বিয়াৰ 😂
- মানে
- মানে ,তুমি No বুলি কলা এতিয়া পেপাৰত Add দিব লাগিব ছোৱালী বিছাৰি ৷
- সেইটো কথা, দিয়া add ৷ মোক propose কিয় কৰিলা নহলে ....👽
- চোৱা তুমি খং কৰি আছা ... তাৰ মানে ভিতৰি ভিতৰি তোমাৰো  Full ইচ্ছা আছে 😉
- কোনো ইচ্ছা নাই,পাগল এটাৰ লগত বিয়া হব ৷
- এই পাগলে তোমাক আৰু আমনি নকৰে কিন্তু ..
- ৰক্ষা পাম 💁
- মনত ৰাখিবা .. বিদায় .... 16 Motion ত বিদায় জনালো ... তুমি নিজকে Fast Forward কৰি এতিয়াও মোক নিজৰ কৰিব পাৰা কিন্তু ...সময় আছে  ...!
- যোৱা হে .....উফো 👿
- সচাই যাম ...এদিন....তোমাৰ ঘৰৰ আগেৰে মোৰ মৰণ যাত্ৰা হব যিদিনা ৷😞
শেষত এই পাগল ছাহিলে তোমাক Intellectual ভাবিছিল ৷
তোমাৰ প্ৰেমত পৰি তাৰ সমস্ত Soft skill নষ্ট হৈ গৈছে ৷
- আচ্ছা তেতিয়াহলে দেখুন মই তোমাৰ জীৱনলৈ বিপদহে মাতি আনিছো ...মোক propose কিয় কৰিছা  ?
- তুমি এনেকুৱা Soft skill যাক পালে বাকিবোৰো এখোজ এখোজকৈ আগবাঢ়ি  আহিব ৷
-বুজিলো .... 💅
- কি বুজিলা?
- তোমাৰ দাবি ৷
-আচ্ছা ? তেতিয়াহলে কোৱা Yes অৰ No ..?
- Yes বুলি কৈও নো কি কৰিম...সি তো গুৱাহাটীত বহি আছে ? 💁
- তুমি কেৱল উত্তৰ দিয়া Yes অৰ No ......
- Yes ...Yes .... হয় আকৌ... 😊
-খিৰিকিৰে চোৱা ,তলত ৰখি আছো মই ৷
-তুমি কি সচাই পাগল......ইমান দুৰ গুছি আহিলা যে !! 😰
- হয় মই পাগল ....তোমাৰ নামত ...তোমাৰ প্ৰেমত ! 💝❤💗 নামি আহা please  ....?
- নামি গৈ কি কৰিম ....?
-খবৰৰ কাগজৰ টকাটো বাচি গল তাৰ সৎকাৰ কৰো 😁
- ধ্যাত ........ 💏