Tuesday, 31 January 2017

জানিবলগীয়া কিছু কথা ৷


.
(১) এক সমিক্ষা অনুযায়ী যদি কোনোবাই বিছনাত বহু
কেইখন গাৰু লৈ শোৱে,তাৰ মানে তেওঁ নিজকে বহুত
অকলশৰীয়া অনুভৱ কৰে ৷ 😊
.
(২) যদি কোনোবাই নিজৰ নখ কামুৰে তেতিয়াহলে
ভাবিব তেওঁ কোনো সমস্যাত পৰিছে ৷ যাৰ সমাধান
তেওঁ বিচাৰি পোৱা নাই ৷ 😏
.
(৩) ৯০ শতাংশ মানুহৰ মগজুৱে এইটো ভাবে যদি মই
অতীতলৈ ঘুৰি যাব পাৰিলো হয় ৷ 😨
.
(৪) যিজন মানুহে বৰকৈ হাঁহে তেওঁৰ দুখ সহ্য কৰাৰ
ক্ষমতাও বহুত থাকে ৷ 😊
.
(৫) মানুহে আপোনাৰ বিষয়ে ভাল কথা শুনাৰ লগে
লগে আপোনাক সন্দেহ কৰিব, কিন্তু যেতিয়া
আপোনাৰ বিষয়ে বেয়া কিবা শুনিব তেতিয়া সেই
কথাটো সহজে বিশ্বাস কৰিব ৷ এইবোৰ সেই শাৰিৰ
মানুহ যাক আপুনি যিমানে সুস্বাদু খাদ্য খাবলৈ
নিদিয়ক কিয় নিমখ কিন্তু বেলেগকৈ লবই ৷ 😁
.
(৬) কাৰোবাৰ লগত বেছি সময় অতিবাহিত কৰিলে
তাৰ অভ্যাসবোৰ অনুসৰন কৰা যায় ৷ সেয়ে ভাবি
চিন্তী বন্ধুত্ব কৰিব লাগে যাতে পিছলৈ সেইটো
অভ্যাসে কষ্ট দিব নোৱাৰে ৷ 😊
.
(৭) যদি আপুনি জাগি থাকিও কাৰোবাৰ সপোন
দেখিছে তেতিয়াহলে মনত ৰাখিব আপুনি নজনাকৈ
তাৰ প্ৰেমত পৰিছে ৷ দৰকাৰী নহয় সেইটো "Ishq wala
love" হয় ৷ 😍
.
(৮) জানেনে, আমি দিনৰ সলনি ৰাতি আৰামত
কান্দিব পাৰো ৷ 😪
.
(৯) সুখৰ ক্ষনত ওলোৱা চকুপানী প্ৰথমে সোঁ চকুৰে
নিগৰে আৰু দুখৰ ক্ষনত ওলোৱা চকুপানী প্ৰথমে বাওঁ
চকুৰে নিগৰে ৷ 😪
.
(১০) যদি কোনোৱে প্ৰয়োজনতকৈ বেছি শোৱে
তেতিয়াহলে তেওঁ ভিতৰি ভিতৰি কিবা যন্ত্ৰণাত
ভুগিছে ৷ 😊
.
.
পোষ্টটো ভাল লাগিলে শ্বেয়াৰ কৰিব ....আনেও
জানিব পাৰিব... ধন্যবাদ পোষ্টটো পঢ়াৰ বাবে ..অনুগ্ৰহ কৰি কপি নকৰিব ৷

কিদাল হব ...?

...
.
যেতিয়া আমাৰ দেশৰ প্ৰধান মন্ত্ৰী আমেৰিকালৈ যায় তেতিয়া তেওঁৰ সম্পূৰ্ণ তালাচি লয় আমেৰিকা বাহিনীয়ে,আৰু যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতী আমাৰ দেশলৈ আহে তেতিয়া আমাৰে তালাচি লয়  ভাৰত বাহিনীয়ে ৷৷
কিয়নো আমাৰ ভাৰত মহান  :/
.
এতিয়া কিছু জ্ঞানৰ কথা কওঁ  :D
.
১) পৃথিৱীৰ ৰীতি নীতি বোৰো কিছু বিচিত্ৰ ৷ সম্পত্তি যিমানেই বেইমানিৰে বনাই তিমানে ইমানদাৰ মানুহ লাগে তাৰ ৰক্ষনা বেক্ষণ দিবলৈ ৷
.
২) আজিকালিৰ সভাসমূহত মানুহৰ সমাগম তেওঁৰে হয় যাৰ পেন্ডেলৰ তলত গৰম চিঙৰাৰ লগত আদাৰে বনোৱা চাহ পোৱা যায় ৷ নহলে জ্ঞাণৰ কথা হোৱাট্চআপতে পঢ়িবলৈ পাই ৷
.
৩) যি পুৰুষে আজিৰ সময়ত পত্নী,চাকৰি,ব্যৱসায় আৰু স্মাৰ্টফোনৰ মাজত অনুকুলতা বজাই ৰাখিছে তেওঁৱেই প্ৰকৃত পুৰুষ ৷ (বাকীবোৰ মন বেয়া নকৰবা) :(
.
৪) আজিকালি ডাঙৰ বলিদান সেইটোকে বুজাই যিয়ে নিজৰ ফোন ৰ্চাজিংৰ পৰা ওলাই অইন এজনৰ ফোন বহুৱাই ৷ এনে বলিদান দিয়া জনক প্ৰণাম  :D
.
৫) আকাশখন চুবলৈ ৰকেট এটাৰো বটলৰ প্ৰয়োজন হয় ৷ তেতিয়াহলে ভাবক  মানুহ কি বস্তু  :P (লাটু ভাই এতিয়া ক'অ কোনে ৰীস্ক লব..? ৱাচিং পাউডাৰ নিৰ্মা )
.
৬) মৃত্যৰ আগত যিমানে ভাল কাম কৰি নোযোৱা কিয়,তথাপিও মানুহে সেইটোকে মনত ৰাখিব যি ধাৰ লৈ মৰিছা ৷
.
৭) যদি গছৰ পৰা Wi-Fi 'ৰ চিগনেল পোৱা গলহেতেন ···তেতিয়াহলে আমি কিমান যে গছ ৰোপন কৰিলেহেঁতেন... দুখৰ বিষয় গছে আমাক অক্সিজেনহে দিয়ে :'(
.
৮) বৰ্তমানৰ মা-দেউতা সকলৰ দুটাই চিন্তা ৷ ইন্টাৰনেটৰ পৰা তেওঁৰ লৰাই কি ডাউনলোড কৰিব আৰু ছোৱালীয়ে কি আপলোড কৰিব গৈ আছে ৷ :D
(ৰিলেক্স ডেড এন্ড মম্মি..কোৱা সকলৰ ভবিষ্যত অন্ধকাৰ )
.
৯) জংগলত চৰিব যোৱা গৰু-মহ আৰু বন্ধু মহলত হোৱা খৰচ উভতি আহে যদিও অলপ পলমকৈ আহে :/ (এবাৰ লিখিছোঁ নেকি :/ )
.
১০) কিবা এটা বস্তু পোৱাৰ কাৰনে তাৰ বিষয় যিমান ভাবিবা,যিমান কষ্ট কৰিবা ঠিক তিমানে তোমাক সেই বস্তুটোৱে নচুৱাওবো ৷৷
....
.....
.......
শেষত এটাই কথা কম -- ওপৰৰ ১০ টা কথাৰ মাজত যদি ১টাও তোমাৰ ভাল লাগিছে বা হাঁহি উঠিছে তেতিয়াহলে পোষ্টটো Share কৰিবা.....আৰু যদি ভাল লগা নাই তেতিয়া বুজিলোঁ তোমাৰ জীৱনটো প্ৰয়োজনতকৈ বেছি নিৰাশাজনক হৈ পৰিছে...তাৰ কাৰনে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা হে কৰিব পাৰিম ৷৷
..
..
..
(লাটু ভাই আহি আছো .....একে লগে গাম ৱাচিং পাউডাৰ নিৰ্মা ....)

Valentine Day Special